মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ অসম হাইড্ৰকাৰ্বন আৰু শক্তি কোম্পানী লিমিটেড

কাৰ্য্যাৱলী আৰু উদ্দেশ্য

উদ্দেশ্যসমূহ

  • হাইড্ৰকাৰ্বন উত্পাদনৰ ব্যৱসায় চলাই নিয়া
  • সমগ্ৰ ৰাজ্যজুৰি শক্তি সক্ষম আহিলা বিতৰণৰ দ্বাৰা শক্তি সংৰক্ষণ কৰা আৰু জন সচেতনতা গঢ়ি তোলা
  • পানী, গেছ, বায়ু, নেফথা, কয়লা, ডিজেলৰ দৰে পনীয়া, গেছীয় বা কঠিন ইন্ধন আৰু অন্যান্য পেট্ৰলিয়ামজাত সামগ্ৰী নাইবা সৌৰ বায়ু মিলৰ দৰে নবীকৰণযোগ্য শক্তি উত্স বা অন্যান্য উপায় ব্যৱহাৰ কৰি জল আৰু তাপীয় শক্তি প্ৰতিষ্ঠান স্থাপনৰ দ্বাৰা বিদ্যুত্ সৃষ্টি, সক্ৰিয়, উন্নীত, সংগ্ৰহ, একত্ৰিত, বিতৰণ কৰা আৰু যোগান ধৰা আৰু এনে সক্তি হয়তো নিজা বা মজুৰীকৃত প্ৰেৰণ পদ্ধতিৰ জৰিয়তে নহলে পোনপটীয়াভাৱে যোগান ধৰা।
  • ব্যৱসায়িক ভিত্তিত, সৌৰ, পাৰমাণৱিক, বায়ু, নবীকৰণযোগ্য আৰু অগতানুগতিক কয়লা গেছীয়কৰণ, জৈৱ ডিজেল, ইথানল, হাইড্ৰজেন আৰু অন্যান্য জৈৱ- প্ৰযুক্তিবিদ্যাগত উত্সসমূহক অন্তৰ্ভুক্ত কৰি কন্তু কেৱল তাতেই সীমাবদ্ধ নকৰি শক্তিৰ অন্যান্য উত্সসমূহৰ সৃষ্টি, বিতৰণ আৰু মাৰ্কেটিঙৰ বাবে গৱেষণা আৰু উন্নয়নকে ধৰি ব্যৱসায় চলাই থকা

কাৰ্য্যাৱলীসমূহ

  • অনুসন্ধান আৰু উন্নয়নমূলক কা-কাজসমূহ চলাই নিয়া
  • পেট্ৰলিয়াম বা তেলৰ অনুসন্ধান আৰু কাম-কাজ
  • পৰিশোধনৰ ব্যৱসায়, জৈৱ ডিজেলকে ধৰি পেট্ৰলিয়ামজাত সামগ্ৰীসমূহৰ মাৰ্কেটিং চলাই নিয়া।
  • বিক্ৰেতা, ব্যৱসায়ী ইত্যাদিৰ ব্যৱসায় চলাই নিয়া।
  • উপদেষ্টা বৃত্তিৰ সেৱা আগবঢ়োৱা আৰু চলাই নিয়া।
  • কেঁচা সামগ্ৰী আহৰণ কৰা আৰু খনত কাম কৰা।
  • সাধাৰণ উত্পাদকসকল ইত্যাদিৰ ব্যৱসায় চলাই নিয়া।