মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ অসম হাইড্ৰকাৰ্বন আৰু শক্তি কোম্পানী লিমিটেড

ইতিহাস

  • ২০০৬ চনৰ ৫ ছেপ্তেম্বৰ তাৰিখে অসম চৰকাৰৰ দ্বাৰা ১৯৫৬ চনৰ কোম্পানী আইনৰ অধীনত প্ৰাথমিকভাৱে হাইড্ৰকাৰ্বন আৰু শক্তিৰ অন্যান্য উত্স অনুসন্ধানৰ লক্ষ্যৰে অসম হাইড্ৰকাৰ্বন আৰু শক্তি কোম্পানী লিমিটেড সমিতিবদ্ধ কৰা হৈছিল। ১০০ কোটি টকাৰ অনুমোদিত মূলধনসহ, কোম্পানীটো অংশৰ দ্বাৰা ৰাজহুৱা কোম্পানী লিমিটেড হিচাপে শ্ৰেণীবদ্ধ হৈছে। 

    কোম্পনীটো হাইড্ৰকাৰ্বন উত্পাদনৰ ব্যৱসায় আৰু লগতে পানী, গেছ, বায়ু, নেফথা, কয়লা, ডিজেলৰ দৰে পনীয়া, গেছীয় বা কঠিন গেছীয় বা কঠিন ইন্ধন আৰু অন্যান্য পেট্ৰলিয়ামজাত সামগ্ৰী নাইবা সৌৰ বায়ু মিলৰ দৰে নবীকৰণযোগ্য শক্তি উত্স বা অন্যান্য উপায় ব্যৱহাৰ কৰি জল আৰু তাপীয় শক্তি প্ৰতিষ্ঠান স্থাপনৰ দ্বাৰা বিদ্যুত্ সৃষ্টি, সক্ৰিয়, উন্নীত, সংগ্ৰহ, একত্ৰিত, বিতৰণ কৰা আৰু যোগান ধৰা আৰু এনে সক্তি হয়তো নিজা বা মজুৰীকৃত প্ৰেৰণ পদ্ধতিৰ জৰিয়তে নহলে পোনপটীয়াভাৱে যোগান ধৰাত নিযুক্ত।