এল.ই.ডি. বাল্ব ব্যৱহাৰৰ উপযোগিতা

এল.ই.ডি., চি.এফ.এল. আৰু প্ৰভমান বাল্বৰ মাজত তুলনা
| গুণাগুণ | এল.ই.ডি. | চি.এফ.এল. | প্ৰভমান |
|---|---|---|---|
| আলোক অভিক্ষিপ্ত জীৱনকাল | ৫০,০০০ ঘণটা | ১০,০০০ ঘণ্টা | ১,২০০ ঘণ্টা |
| প্ৰতিটো বাল্বৰ বিপৰীতে ৱাট (৬০ ৱাটৰ সমতুল্য) | ৬ | ১৪ | ৬০ |
| ৫০,০০০ ঘণ্টাতকৈ অধিক ব্যৱহৃত বিদ্যুতৰ KWH | ৩০০ | ৭০০ | ৩০০০ |
| বিদ্যুতৰ ব্যয় (৬ টকা/kwh | ১,৮০০ টকা | ৪,২০০ টকা | ১,৮০০০ টকা |
| ৫০ কে ঘণ্টা ব্যৱহাৰৰ বাবে প্ৰয়োজন হোৱা বাল্ব | ১ | ৫ | ৪২ |
| ব্যৱহাৰ | এল.ই.ডি. | চি.এফ.এল. | প্ৰভমান |
| স্থায়ীত্ব | স্থায়ী | ক্ষণস্থায়ী | ক্ষণস্থায়ী |
| উষ্ণতাৰ প্ৰতি সংবেদনশীলতা | নাই | আছে | অলপ আছে |
| আদ্ৰতাৰ প্ৰতি সংবেদনশীলতা | নাই | আছে | অলপ আছে |
| বিপজ্জ্বনক উপাদান | নাই | ৫ মি.গ্ৰা. মাৰ্কাৰী/বাল্ব | নাই |
| সমতুল্য আলোক উত্পাদন | এল.ই.ডি. | চি.এফ.এল. | প্ৰভমান |
| লিউমেনচ | ৱাটচ | ৱাটচ্ | ৱাটচ্ |
| ৪৫০ | ৫ | ১০ | ৪০ |
| ৩০০-১৩০০ | ৭ | ১৪ | ৮০-১০০ |
| ১১০০-১৩০০ | ১৫ | ২২ | ৮০-১০০ |
| ১৬০০-১৮০০ | ১৬-২০ | ২৩-৩০ | ৮০-১৫০ |
| ২৬০০-২৮০০ | ২৫-২৮ | ৩০-৫৫ | ১৫০ |