মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ অসম হাইড্ৰকাৰ্বন আৰু শক্তি কোম্পানী লিমিটেড

তেল আৰু গেছ

ভূ-তাত্বিকভাৱে, অসম তেলসমৃদ্ধ অঞ্চলত অৱস্থিত। নিম্নস্থ ভূমি হিচাপ মতে ১.৩ বিলিয়ন টন খনজ তেল আৰু ১৫৬ বিলিয়ন কিউবিক মিটাৰ প্ৰাকৃতিক গেছ পুঞ্জীভূত হৈ তেল আৰু প্ৰাকৃতিক গেছ সমৃদ্ধ। তথাপি, এই হাইড্ৰকাৰ্বন সঞ্চয়সমূহৰ প্ৰায় ৫৮ শতাংশ এতিয়াও অন্বেষণ আৰু নিষ্কাশিত হবলৈ বাকী। ইয়াৰে বেছিভাগ অঞ্চলেই যাক কোৱা হয় I শ্ৰেণীৰ অৱবাহিকাত অৱস্থিত।

এতিয়াও সংস্থাপিত হবলৈ বাকী থকা হাইড্ৰকাৰ্বন সম্পদৰ ভিত্তি আৰু চাহিদা যোগানৰ পাৰ্থক্য প্ৰশস্তময় কৰি বৃহত্ অনাৱিস্কৃত আৰু অপ্ৰচুৰভাৱে অন্বেষণ কৰা সাৰগৰ্ভ অঞ্চলৰ উপলব্ধতা ববেচনা কৰি, ভাৰত চৰকাৰে দেশখনত হাইড্ৰকাৰ্বনৰ বাবে অন্ৱেষণৰ গতি দ্ৰুততৰ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে। এই ফলাফলৰ বাবে প্ৰযুক্তিবদ্যাৰ অগ্ৰগতি আৰু পৰিবেশগত উদ্বেগৰ সৈতে সংগতি ৰাখি চৰকাৰে এক বিকাশশীল ধৰণেৰে ভাৰতৰ গেদীয় অৱবাহিকাৰ অন্বেষণৰ ফালে কৌশলগত সিদ্ধান্ত আগবঢ়াইছে। উদ্দেশ্যসমূহ প্ৰাপ্তিৰ বাবে ৰূপায়ণৰ অনুসূচীয়ে অৱবাহিকা সৃষ্টিৰ অন্বেষণৰ ধাৰাবাহিকতা, অনুত্পাদনশীল আৰু সীমান্ত অবৱাহিকাসমূহত ব্যাপক অন্বেষণৰ অনুসৰ আৰু ভাৰতৰ গেদীয় অৱবাহিকাসমূহৰ মূল্য নিৰ্ধাৰণৰ অনুষ্ঠানৰ সৈতে মুখামুখি হৈছে। হাইড্ৰকাৰ্বন অন্বেষণত অন্তনিৰ্হিত শংকা আৰু আন শংকাযুক্ত অন্বেষণ উদ্যোগৰ সৈতে জড়িত বৃহত্ আৰ্থিক বিনিয়োগৰ প্ৰতি লক্ষ্য ৰাখি, ১৯৯৮ চনত অন্বেষণ অনুজ্ঞা-পত্ৰ প্ৰদান আঁচনি আৰম্ভ কৰা হৈছিল। ২০১৬ চনত হাইড্ৰকাৰ্বন অন্বেষণ অনুজ্ঞা-পত্ৰ প্ৰদান আঁচনি আৰম্ভ কৰা হৈছে। 

তেল আৰু গেছ