মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ অসম হাইড্ৰকাৰ্বন আৰু শক্তি কোম্পানী লিমিটেড

শক্তিৰ যথাযুক্ত ব্যৱহাৰৰ সজাগতা
শক্তিৰ যথাযুক্ত ব্যৱহাৰৰ সজাগতা

সজাগতা অনুষ্ঠান-

অসম হাইড্ৰকাৰ্বন আৰু শক্তি কোম্পানী লিমিটেড ছাত্ৰ-ছাত্ৰীসকলক সৌৰ শক্তিৰ গুৰুত্বক স্বীকৃতি দিয়াত উত্সাদিত কৰিবৰ বাবে আৰু লগতে সৌৰ শক্তি, লেড বাল্ব ব্যৱহাৰ ইত্যাদিৰ জৰিয়তে বিদ্যুত সৃষ্টিৰ এক সংস্কৃতি সৃষ্টি কৰিবলৈ বিভিন্ন বিদ্যালয়ত সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰিছে। যদিহে ছাত্ৰ-ছাত্ৰীসকলে সৌৰ শক্তি যি হল পৰিস্কাৰ, সেউজীয়া আৰু বহনক্ষম, সেই শক্তিৰ দ্বাৰা যদি বিদ্যুত্ উত্পাদনৰ মহান পদক্ষেপত অংশগ্ৰহণ কৰে, আমাৰ ৰাজ্যখন বৃহত্ ভাৱে উপকৃত হব পাৰে।